অসম পশুপালন আঁচনি ২০২৫ – SPEED-II আৰু Poultry ব্যৱসায়ীকৰণৰ বাবে আবেদন কৰক
অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে উদ্যোগী আৰু কৃষকৰ পৰা তলত উল্লেখ কৰা দুটা আঁচনিত আবেদন বিচাৰে।
উপলব্ধ আঁচনি
- Special Programme for Existing Entrepreneurs Development (SPEED-II) Scheme
এই আঁচনি হাঁহ আৰু ছাগলী পালনকাৰী কৃষকৰ বাবে। ই ইতিমধ্যে ব্যৱসায়ত থকা উদ্যোগীক সহায় আগবঢ়াব। - অসমত পোল্ট্ৰি খণ্ডৰ ব্যৱসায়ীকৰণ নীতি
এই আঁচনি লেয়াৰ, ব্ৰইলাৰ আৰু পেৰেণ্ট ব্ৰিডিং ফাৰ্ম উন্নয়নৰ বাবে। ইয়াৰ উদ্দেশ্য হৈছে পোল্ট্ৰি উৎপাদন বৃদ্ধি আৰু কৃষকক আৰ্থিকভাৱে লাভবান কৰা।
আবেদন সম্পর্কীয় গুৰুত্বপূর্ণ তথ্য়
- আবেদনসমূহ নথিপত্ৰ পৰীক্ষা আৰু ফিল্ড ভেৰিফিকেশ্যনৰ পাছত গ্ৰহণ কৰা হ’ব।
- আঁচনিৰ গাইডলাইন, যোগ্যতাৰ মানদণ্ড আৰু আবেদন পদ্ধতি তলৰ ৱেবছাইটত উপলব্ধ:
আবেদনৰ শেষ তাৰিখ
SPEED-II আঁচনিৰ ক্ষেত্ৰত, এই বিজ্ঞাপন প্ৰকাশৰ ৩০ দিনৰ ভিতৰত আবেদন জমা দিব লাগিব (১৪ জুন ২০২৫)।
তথাপি, পোল্ট্ৰি ব্যৱসায়ীকৰণ আঁচনিৰ বাবে সময়ৰ সীমা নাই।
যোগাযোগ
নিদেশক,
পশুপালন আৰু পশুচিকিৎসা বিভাগ,
অসম চৰকাৰ,
চেনিকুঠী, গুৱাহাটী – ৭৮১০০৩
বিজ্ঞাপন প্ৰকাশৰ তাৰিখ: ১৪ জুন, ২০২৫
বিজ্ঞাপন নম্বৰ: DIPR/C/AT/632/14-Jun-25
In English
The Department of Animal Husbandry and Veterinary, Government of Assam, has released an official notification inviting applications from interested entrepreneurs and farmers for two major schemes under the financial year 2025-26.
Available Schemes and Programmes
- Special Programme for Existing Entrepreneurs Development (SPEED-II) Scheme
This scheme is targeted towards Duck and Goat farmers. It aims to support existing livestock entrepreneurs to scale their farming businesses. - Policy for Commercialization of Poultry Sector in Assam
The scheme is designed to promote Layer, Broiler, and Parent Breeding Farms across Assam. This aims to boost poultry production, generate employment, and improve economic outcomes for poultry farmers.
Important Guidelines
- All applications will undergo document scrutiny and field verification as per the respective scheme guidelines.
- Eligibility criteria, application forms, and detailed scheme guidelines are available on the official websites:
Application Deadline
Applications for the SPEED-II Scheme must be submitted within 30 days from the date of publication of the notice (14 June 2025).
However, there is no deadline for submission under the Poultry Commercialization Policy.
Contact Information
Director,
Animal Husbandry and Veterinary Department,
Government of Assam,
Chenikuthi, Guwahati – 781003
Published on: 14 June 2025
Ref No.: DIPR/C/AT/632/14-Jun-25
